ASSAM NEWS : আকৌ বিতৰ্কত জুবিন গাৰ্গ | Zubeen Garg

  Переглядів 2,766

News18 Assam/Northeast

News18 Assam/Northeast

День тому

ASSAM NEWS | মাজুলীত সত্ৰাধিকাৰক লৈ জুবিনৰ বিতৰ্কিত মন্তব্য
0:00 Intro
13:23 মহানগৰীৰ ফাঁচীবজাৰত পুৱাই বিধ্বংসী অগ্নিকাণ্ড
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assamnews #zubeengarg #majuli #zubeengargcontroversy #guwahatifire
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

КОМЕНТАРІ: 9
@bubuldeka8138
@bubuldeka8138 12 днів тому
মই জুবিনৰ পক্ষত অপ্ৰিয় হলেও সছা কথাই কৈছে জুবিনে । এজন সত্রাধিকাৰ কেতিয়াও প্ৰভু ভগবান হব নোৱাৰে ।তেও সত্র খন পৰিছালনা কৰা এজন পৰিছালক হয়।
@globalndspace5764
@globalndspace5764 12 днів тому
Nice absolutely right
@xurordeolkalabithika1129
@xurordeolkalabithika1129 12 днів тому
অযোগ্যক সন্মান দিলে এনে হবই।
@bikashdutta9893
@bikashdutta9893 12 днів тому
এজন মানুহ কেনেকৈ প্ৰভু ঈশ্বৰ হ'ব পাৰে?
@pradipkalita6580
@pradipkalita6580 12 днів тому
সত্ৰ ধিকাৰ গুৰুজনাৰ সূচতি মূৰ্খ জুবিনে কিবা জানে নেকি তাৰ গান আমি ভুলতো নুশুনে সি গীত গাব নাজানে গানহে গায়
@AnupZg-io2pc
@AnupZg-io2pc 12 днів тому
Zubeen Dar Ketiyao vul hoboi nuware . Teu jagat koi direct true koi diye babe.. gaa pure sobore
@Kamalkamal-jj7xz
@Kamalkamal-jj7xz 12 днів тому
জুবিনৰ কিবা পাপ লাগিছে ৷ গানটো গাব নোৱাৰা হলেই মদখাই প্ৰতিখন বিহু মঞ্চত আবোল- তাবোল বকি এইবাৰ প্ৰভু ঈশ্বৰ শব্দৰ পিচত লাগিল ৷ জুবিনে নিজকে কি বুলি ভাবে... অংগৰাগ এজন প্ৰকৃতাৰ্থত শিল্পী তেওঁ বিতৰ্কৰ মাজলৈ এদিনো অহা দেখা নাই, সুন্দৰ ভাবে গীত পৰিবেশন কৰি ৰাইজৰ মৰম বুটলে ৷ জুবিন কেতিয়াকৈ এজন সম্পুৰ্ণ শিল্পী হব!! গান গালেই শিল্পী নহয়...
@RitopanRajbongshi4
@RitopanRajbongshi4 12 днів тому
জুবিন গাৰ্গ ডাঙৰীয়াই সঁচা কথাই কৈছে। কিন্তু, এই সঁচা কথাটো কিছুমানক ভাল লগা নাই। মই সত্ৰ আৰু সত্ৰাধিকাৰক শ্ৰদ্ধা-সম্মান কৰোঁ। কিন্তু, সত্ৰাধিকাৰ কেতিয়াও প্ৰভু, ঈশ্বৰ বা ভগৱান হ'ব নোৱাৰে। কেতিয়াও হ'ব নোৱাৰে। সত্ৰাধিকাৰ জন এজন মানুহ হে হয়। বাস্তৱবাদী চিন্তাৰে চিন্তা কৰক। কিন্তু, মই জুবিন গাৰ্গ ডাঙৰীয়াই কোৱা "ঘেণ্টা" শব্দটোৰ সমৰ্থন কৰা নাই।
Teenagers Show Kindness by Repairing Grandmother's Old Fence #shorts
00:37
Fabiosa Best Lifehacks
Переглядів 7 млн
Bro smelt it & passed out 😂 #comedy
00:10
MrTalalaa
Переглядів 7 млн
Повістки у Києві: «Яке право вони мають забирати всіх мужиків?» #війна #мобілізація #військові
00:41
Слідство.Інфо | Розслідування, репортажі, викриття
Переглядів 1,6 млн
Teenagers Show Kindness by Repairing Grandmother's Old Fence #shorts
00:37
Fabiosa Best Lifehacks
Переглядів 7 млн